ashomiyapatrika.com
Browsing Tag

press meet

গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটঃ ১শতাংশ সংযোগেৰে আৰম্ভ কৰা অসমে এতিয়া…

গুৱাহাটীঃ উত্তৰ-পূবৰ ৰাজ্যসমূহে ‘জল জীৱন অভিযান’ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১শতাংশ সংযোগেৰে আৰম্ভ কৰা অসমৰ দৰে এখন ৰাজ্যই এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪শতাংশ অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীত এক সংবাদমেলত এই কথা সদৰী কৰে

বিশেষ আৰক্ষী বিষয়াসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

গুৱাহাটীঃ যি সময়ত অসম চৰকাৰে অসমৰ দুখীয়া ৰাইজৰ পৰিৱৰ্তনৰ কথা কৈ ঢাক- ঢোল বজাইছিল ঠিক সেই সময়তে অসমৰ বিটিএডি (কোকৰাঝাৰ-২০১২ চন) ত উগ্ৰপন্থী আৰু গোষ্ঠীগত সংঘৰ্ষত নিযুক্তি হৈ থকা বিশেষ আৰক্ষী বিষয়া (এছপিঅ’) সকলৰ অৱনতিহে ঘটিছিল। অসম চৰকাৰৰ

সংবাদ মেলত বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাত নিৰ্বাচন আয়োগক শুভেচ্ছা দক্ষিণ…

বকোঃ দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভাৰ সমষ্টি খচৰা প্ৰস্তূত কৰি কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাত নিৰ্বাচন আয়োগক আন্তৰিক শুভেচ্ছা জনায় ট্ৰাইবেল সংঘৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে। এই ক্ষেত্ৰত আজি সংঘৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়ন কৰক ৰাজ্যতঃ…

গুৱাহাটীঃ মধ্য যুগত আৰৱ দেশৰ পৰা অহা মুছলমান আক্ৰমণকাৰীয়ে ভাৰতবৰ্ষক গজৱা এ হিন্দ কৰাৰ বাবে যি সপোন দেখিছিল সেই সপোনকে বাস্তৱায়িত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ইছলামিক জেহাদি শক্তিয়ে ভাৰতবৰ্ষত আজিও অহৰহ কাম কৰি আছে। বর্তমান সময়ত ভাৰতবৰ্ষত

অসমৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটীঃ অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত প্ৰবাসী ভাৰতীয়ৰ বাবে আসন সংৰক্ষণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম তৃণমূল কংগ্ৰেছ দলে। আজি দলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,' অসমৰ

প্ৰবাসী ভাৰতীয় সংৰক্ষণ ব্যৱস্থাৰে এম বি বি এছ পাঠ্যক্ৰমত ছিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব…

অসংৰক্ষিত আসন হ্ৰাস কৰি ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ কৌশল বিজেপি চৰকাৰৰঃ আম আদমি পাৰ্টী গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম

ডিব্ৰুগড়ত সংবাদমেল সৰ্বানন্দ সোণোৱালৰঃ সমগ্ৰ বিশ্বতে অহা ২১ জুনত ব্যাপক ৰূপত উদযাপিত হ’ব…

ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত মুখ্য কাৰ্যালয়ৰপৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশ্বজোৰা উদযাপনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ঃ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয় যে আগন্তুক