ashomiyapatrika.com
Browsing Tag

press meet

বিজেপিৰ স্বাৰ্থত পঞ্চায়ত আইন সংশোধনৰ উদ্যোগ লৈছে চৰকাৰে

সংবাদ মেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ গুৰুতৰ অভিযোগ গুৱাহাটীঃ পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপি দলে কুক্ষিগত কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, কালি

নতুন সম্পত্তি পঞ্জীয়নত ৰাজহ বিভাগে অতিৰিক্ত টকা লৈ থকাৰ গোপন ৰহস্য ফাদিল ‘আপ’ৰ

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গোপনে সম্পত্তি বিক্রী কৰা, গোপনে অতিৰিক্ত কৰ সংগ্ৰহ কৰা, গোপনে মূল্যবৃদ্ধি কৰা কোনো নতুন কথা নহয়৷ আজি আম আদমি পাৰ্টীয়ে অসম চৰকাৰৰ ৰাজহ বিভাগে গ্রাহকে গম নোপোৱাকে বহু দিনৰ পৰা

চাহ বাগিছাৰ ৰাইজৰ উন্নয়নৰ একমাত্ৰ কৃতিত্ব বিজেপি চৰকাৰৰঃ বিজেপি অসম প্ৰদেশ

ডিব্ৰুগড়ঃ চাহ বাগিছাত এতিয়া উন্নয়নৰ ৰাজনীতি চলে ! ভূৱা অপপ্ৰচাৰৰ ৰাজনীতি এতিয়া অসমৰ চাহ বাগিছাত নচলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এজন ডিব্ৰুগড়ৰ জোৱাঁই অপূৰ্ব কুমাৰ ভ্ৰটাচাৰ্য্যক লগত লৈ বাগিছাই বাগিছাই কেতবোৰ মনেসজা ভিত্তিহীন

কংগ্ৰেছী নেতা সকলে নিজৰ ব্যক্তিগত ভৱিষ্যতকৈ লৈহে ব্যস্ত থাকে

গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° জুৰি শৰ্মা বৰদলৈয়ে আজি এক সংবাদ মেল যোগে কংগ্রেছক দলক সমালোচনা কৰি কয় যে, পূর্ব বংগীয় এটা বিশেষ শ্রেণীক প্রাধান্য দিয়া কংগ্ৰেছে অসমীয়া জাতিৰ কাৰণে কেতিয়াও মাত মতা নাছিল। কংগ্ৰেছ দলৰ নেতা সকলে

নিযুক্তি কেলেংকাৰীঃ ধনৰ বিনিময়ত চাকৰিক লৈ সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত কেলেংকাৰীৰ পয়োভৰ ঘটা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছে। আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে অসম তৃণমূল

ৰাজ্যত পুনৰ ১৮ খনকৈ নতুন টোলগে’ট স্থাপনৰ চৰকাৰী ভয়ংকৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম…

গোলাঘাটত সংবাদ মেল সম্বোধন কৰি মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণক পুনৰ টোলগে’টৰ জৰিয়তে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে সৰৱ বিদ্যুৎ শইকীয়া গোলাঘাটঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উৎপাদনশীল কাম-কাজৰ বিপৰীতে জনতোষণমূলক চমক সৃষ্টিকাৰী নিৰ্বাচনমুখী

মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাৰ সংবাদমেলঃ ৯ আৰু ১০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব…

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাই আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে। সভানেত্রী আঙ্গুৰলতা ডেকাৰ নেতৃত্বত অসম প্ৰদেশ মহিলা মৰ্চাই দুটা বছৰ সম্পূৰ্ণ কৰা

অ’ পি এছ প্ৰৱৰ্তনৰ দায়িত্ব ৰাজ্য চৰকাৰৰঃ লুৰীণ

নতুন পেন্সন নীতি বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অসম জাতীয় পৰিষদৰ দাবীঃ অসমত বাহাল কৰক পুৰণি পেন্সন নীতি গুৱাহাটীঃ নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰবাহাল

চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰঃ বিজেপিৰ…

দলত বৃদ্ধি পোৱা দালাল বিচাৰিবলৈ বাজপেয়ী ভৱনত ভিজিলেঞ্চৰ কাৰ্যালয় খোলাৰ আহ্বান আপ নেতা জিতুল ডেকাৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খোদ বাজপেয়ী ভৱনৰ পৰাই চলিছে চাকৰিৰ বজাৰ। টকা দিয়া, চাকৰি লোৱা এই

মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বাজেপয়ী ভৱনৰ ছত্ৰছায়াত ৰাজ্যত চলিছে চাকৰিৰ বজাৰ

সংবাদ মেলত অসম জাতীয় পৰিষদৰ গুৰতৰ অভিযেগঃ ন্যায়িক তদন্ত দাবী গুৱাহাটীঃ ৰাজ্যত শেহীয়াভাৱে উন্মোচিত হোৱা বৃহৎ চাকৰিৰ বজাৰখন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনৰ পৰাই পৰিচালিত হোৱাৰ