ashomiyapatrika.com
Browsing Tag

press meet

আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ২০২৩ৰ সময়ত উত্তৰ-পূবে দ্ৰুতগতিত বিকশিত অঞ্চল হিচাপে আত্মপ্ৰকাশ

গুৱাহাটীঃ আমাজন ডট ইনে ৱাটাৰপ্ৰুফ সামগ্ৰী, প্ৰাইমাৰ, এনামেল, পেইন্টিং সঁজুলি, মাস্কিং টেপ আৰু ড্ৰপ শ্বীট কভাৰৰ দৰে প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ১০০০ৰো অধিক শ্বেডৰ সৈতে অভ্যন্তৰীণ আৰু বাহ্যিক পেইণ্টৰ এক পৰিসৰ মুকলি কৰিছে। এই প্ৰতিষ্ঠানটোৱে

বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা, ফোন হেকিঙৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা…

গুৱাহাটীঃ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত বিৰোধী নেতা-নেত্ৰী সকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলখন সম্বোধন কৰি সভাপতি ৰিপুণ বৰাই উক্ত ঘটনাটোৰ বাবে

অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিঃ চাইবাৰ ক্ৰাইম ধৰা পৰা এমাহ হ’ল কিন্তু হাইপ্ৰ’ফাইল…

গুৱাহাটীঃ অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত হৈছে৷ আমেৰিকাৰ বৃহৎ চাইবাৰ অপৰাধৰ লগত জড়িত সুশীল সচদেৱাৰ অসম লিংক উদ্ধাৰ হৈছে৷ আমেৰিকাৰ পৰা ২৫ হেজাৰ কোটি টকা লুটি নিয়া সুশীল সচদেৱাৰ সহযোগীসকল অসমত ধৰা পৰাৰ পাছতো অসম চৰকাৰ

আয়ুৰ্বেদৰ বিজ্ঞানে মানৱ সমাজক সুস্থতা লাভৰ অভিনৱ পথৰ সন্ধান দিছেঃ সৰ্বানন্দ সোণোৱাল

আয়ুষ মন্ত্ৰালয়ৰ মাহজোৰা আয়ুৰ্বেদ উদযাপন অভিযানৰ শুভাৰম্ভঃ ১০ নৱেম্বৰত ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ' বিষয়বস্তুক লৈ অষ্টম আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব নতুন দিল্লীঃ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ

বিজেপিৰ বাহুবলী বিধায়কে কাঢ়ি ল’লে কলকাতাৰ ব্যৱসায়ীৰ উদ্যোগঃ ক’ক-কয়লাৰ নামত চলাইছে মুকলি…

বিধায়ক ভাস্কৰ শৰ্মা এণ্ড কোম্পানীৰ মাফিয়াৰাজঃ মাৰ্ঘেৰিটাত বিনিয়োগ কৰি বিপদত ব্যৱসায়ীঃ মুখ্যমন্ত্ৰীক কঠোৰতম ব্যৱস্থা ল’বলৈ দাবী জনালে ৰাইজৰ দলে গুৱাহাটীঃ অসম চৰকাৰৰ ‘এডভাণ্টেজ আছাম’লৈ সঁহাৰি জনাই বিপদত পৰিছে এগৰাকী উদীয়মান বিনিয়োগকাৰী৷

কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছেঃ বিজেপি

গুৱাহাটীঃ কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে। গুৱাহাটী মহানগৰীত সম্পন্ন হোৱা উন্নয়নমূলক কামকাজ বিলাকৰ অপব্যাখ্যা আৰু বিৰূপ সমালোচনাৰ যোগেদি কংগ্ৰেছৰ নেতা সকলে তেওঁলোকৰ স্বৰূপটো ৰাইজৰ সন্মুখত উন্মোচিত কৰিছে। আজি ভাৰতীয় জনতা পার্টি,

২১ ছেপ্টেম্বৰৰ পৰা অসম জাতীয় পৰিষদৰ ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ বাবে যাত্ৰা

লক্ষ্যঃ দুৰ্নীতি-ভ্ৰষ্টাচাৰ-স্বজন তোষণ, সাম্প্ৰদায়িক, বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে জনমত গঠন গুৱাহাটীঃ দ্বিমত নাই যে দেশ এতিয়া সংকটত৷ দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী মানসিকতাৰ শাসকে কুক্ষিগত কৰিব বিচাৰিছে দেশৰ ইতিহাস, ঐতিহ্য, সম্পদ,

গুৱাহাটীত প্ৰেছ ক্লাৱত শিলসাকোঁ পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ সংবাদ মেল

সৰ্বহাৰা উচ্ছেদিত লোকক লৈ কৰা বিভাজনৰ ৰাজনীতি বন্ধ কৰকঃ চৰকাৰে আমাক শীঘ্ৰে পুনৰ সংস্থাপন দিয়ক গুৱাহাটীঃ শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজে আজি গুৱাহাটী প্ৰেছ ক্লাৱত শিলসাকোঁৰ উচ্ছেদিত ৰাইজক প্ৰদান কৰা আৰু ক্ষতিপূৰণ সম্পৰ্কত এখনি

ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামত অবৈধভাৱে ভূমি ক্ৰয়- ১০ কোটি টকাৰ ৰাজ সাহায্য গ্ৰহণ প্ৰসংগঃ জাতীয়…

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই৷ হয় লোৱা নাই৷ লোৱা বুলি আমিও কোৱা নাই৷ আমি কৈছো- ল'বলৈ গৈ আছিল৷ লোৱাৰ আগতে ধৰা পৰিল৷ বাতৰি ওলাই গ'ল৷ গতিকে এতিয়া নলওঁ বুলি কৈছে৷ এই মন্তব্য

ভূমি পট্টাৰ নামত ভেকো ভাওঁনা চৰকাৰৰঃ মিছন বসুন্ধৰা ২.০ নহয় মিছা বসুন্ধৰা ২.০

গুৱাহাটীঃ চৰকাৰী মিছন বসুন্ধৰা ২.০ ভূমি পট্টা দিয়াৰ নামত আকৌ খিলঞ্জীয়া পৰিয়ালক প্ৰতাৰণা কৰিলে। ই এখন ভেকো ভাওঁনা চৰকাৰী নাটকৰ বাহিৰে অইন একো নহয়। এই অভিযোগ কৰিছে দুই দশকৰ অধিক দিন ধৰি এক মাত্ৰ ভূমি পট্টাৰ বাবে সংগ্ৰাম কৰি অহা ভূমি