ashomiyapatrika.com
Browsing Tag

press meet

মুছলিমক মাহী আইৰ দৃষ্ঠিৰে চোৱা বন্ধ কৰকঃ আশ্বিক ৰাব্বানী

গুৱাহাটী প্ৰেছ ক্লাবত মুছলিম ছাত্র-সন্থাৰ সংবাদ মেল গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাতিলৰ দাবী কৰিেছ মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মুছাৰ সভাপতি আশ্বিক

কা’ আইনৰ জৰিয়তে অৰুণাচলৰ চাকমা শৰণাৰ্থী সকলক অসমত সংস্থাপিতকৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলা হ’বঃ জগদীশ ভূঞা গুৱাহাটীঃ দুদিনমান পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এখন সংবাদমেলযোগে ৰখা এক বক্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ তেখেতে কৈছিল যে অৰুণাচলৰ চাকমা জনগোষ্ঠীয় শৰণাৰ্থীসকলক অৰুণাচলত সংস্থাপিত কৰিব পৰা

বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা ৩৯ লাখ হিন্দু বাংলাদেশী ক’ত?

'কা'ৰ জৰিয়তে ভাৰতৰ স্থায়ী নাগৰিকত্ব পাব নেকি এইসকলে? - ৰাইজৰ দল গুৱাহাটীঃ আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই কয় যে

বিজেপি আজি মোগল, আৰএছএছ আজি মোগল, তেওঁলোকে ‘কা’ আনি অসম ধ্বংস কৰিব খুজিছেঃ ৰিপুণ বৰা

অসম চুক্তিৰ কথা কৈ ক্ষমতা লোৱা অগপ আজি নিমাত, অগপ জাতীয়তাবাদী নহয় অগপ ক্ষমতালোভী গুৱাহাটীঃ জাতিধ্বংসী ‘কা’ আইন বলবৎ কৰি সমগ্র অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰিব খোজা বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য

কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি চৰকাৰে- অনুৰূপা ডেকাৰজা

বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা আম আদমি পাৰ্টীৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ‘লাখপতি বাইদেউ’ আঁচনিক তীব্ৰ সমালোচনা কৰি এখন সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টী, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা

অসমত অভিলেখ ৰচনা কৰি বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

আপৰ চৰকাৰ হ’লে পুনৰ মুকলি কৰা হ’ব বন্ধ হৈ যোৱা প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠান গুৱাহাটীঃ দেশ এখনৰ ভবিষ্যত বুনিয়াদ নিৰ্মাণ কৰে দেশৰ শিক্ষা ব্যৱস্থাই। সু-শিক্ষাই নিৰ্মাণ কৰে দেশৰ অমূল্য মানৱ সম্পদ। কিন্তু দেশৰ ভবিষ্যত নিৰাপদ কৰা শিক্ষা

মেয়ৰক আপ নেত্ৰীৰ প্ৰশ্ন – মৃগেন শৰণীয়াই পানী নোখোৱাকৈ জীয়াই থাকিব পাৰিবনে?

গুৱাহাটী পৌৰ নিগমৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টিঃ মহানগৰবাসীক খোৱা পানীৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ মেয়ৰ মৃগেন শৰণীয়াৰ গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টি। বৃহস্পতিবাৰে

‘মিছন বসুন্ধৰা’ ড° হিমন্ত বিশ্ব শৰ্মাৰ এক সফল স্বপ্নৰ প্ৰকল্প আৰু ভাৰতীয় জনতা পাৰ্টিৰ…

তোষামোদৰ ৰাজনীতিত ব্যক্ত কংগ্ৰেছত পৰিশেষত মিঞা লোকহে থাকিবগৈ গুৱাহাটীঃ ‘ভাৰতীয় জনতা পার্টিয়ে সদায়েই বিশ্বাস কৰে যে জাতি, মাটি, ভেঁটি সুৰক্ষিত হৈ থাকিলেহে অসমীয়া তথা ভাৰতীয় সমাজ সদায় সুৰক্ষিত হৈ থাকিব। এইয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কোনো

কোচ ৰাজবংশী সকলৰ বিকাশৰ লক্ষ্যৰে ৰাজনৈতিক কুচ – কাৱাজ আৰম্ভঃ গুৱাহাটী প্ৰেছ ক্লাৱত সন্মিলনীৰ…

বকোঃ ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দীৰ্ঘদিনীয়া দাবীটো পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আজি সংবাদ মেল আয়োজন কৰে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত

ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত চমকপ্ৰদ উত্থান তৃণমূল কংগ্ৰেছৰ

ডিমা হাছাওৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটীঃ আজি জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰে দলৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেল সম্বোধন কৰি