ashomiyapatrika.com
Browsing Tag

press meet

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গুৱাহাটীত চলিছে অবৈধ গৃহ নিৰ্মাণৰ বেহা গুৱাহাটীঃ গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত

বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা

গুৱাহাটীঃ বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামীযে এই কথা ঘোষণা

অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ

২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ…

গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই

বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান – ৰিপুণ বৰা

অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা গুৱাহাটীঃ বানপানীত আজি বিধস্ত অসমৰ জনজীৱন। চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন। হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত। বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে। বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী

অসমত দৈনিক কমেও তিনিটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে – অনুৰূপা ডেকাৰজা

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বলাৎকাৰীক কঠোৰ শাস্তিৰ দাবীঃ মহাবিদ্যালয়ৰ নাম ভৰ্তি মাচুল বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ আপ গুৱাহাটীঃ ‘বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ,

বকোৰ ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ সাহাৰ্য্যৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেল বৰ্ষা…

বকোঃ কামৰূপ জিলাৰ বকোত আয়োজন কৰা উপহাৰ কুপনৰ খেল খন সম্প্ৰতি বৰ্ষা বিঘ্নিত পৰিবেশৰ বাবে স্থগিত ৰখা হৈছে। এই ঘোষণা আজি সংবাদ মেল আয়োজন কৰি জনায় উপহাৰ কুপন পৰিচালনা সমিতিয়ে। উল্লেখ্য যে বকোত ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ

কেজৰিৱালৰ জামিনত স্থগিতাদেশৰ পিছত গুৱাহাটীত আপৰ সংবাদমেল

বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল-ৰাজেশ শৰ্মা,ভুৱা গোচৰত কাৰাবন্দী কৰি ৰখা হৈছে কেজৰিৱালক- ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ দিল্লীৰ ৰাউছ এভেনিউ আদালতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয়

আজমলৰ পতনৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন হ’ব– ৰাইজৰ দল

আজমলৰ পৰাজয়ত শংকিত হিমন্ত বিশ্ব শর্মা গুৱাহাটীঃ সংবাদমেল সম্বোধন কৰি সাম্প্ৰদায়িক মন্তব্য দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে৷ মহানগৰীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি

পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশঃ ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ…

চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে গুৱাহাটীঃ ‘যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে