ashomiyapatrika.com
Browsing Tag

president

ৰাষ্ট্ৰ গঢ়িবলৈ মহিলাৰ বাবে সংসদত আসন সংৰক্ষিত কৰি নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তিলৈ আগবঢ়োৱা স্বীকৃতিক…

গুৱাহাটীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ সংসদত উত্থাপনৰ জৰিয়তে যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে সেই পৰিপ্ৰেক্ষিতত আজি দিনৰ ৩ বজাত হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, জিলা কাৰ্যালয়ত

২১ ছেপ্টেম্বৰৰ পৰা অসম জাতীয় পৰিষদৰ ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ বাবে যাত্ৰা

লক্ষ্যঃ দুৰ্নীতি-ভ্ৰষ্টাচাৰ-স্বজন তোষণ, সাম্প্ৰদায়িক, বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে জনমত গঠন গুৱাহাটীঃ দ্বিমত নাই যে দেশ এতিয়া সংকটত৷ দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী মানসিকতাৰ শাসকে কুক্ষিগত কৰিব বিচাৰিছে দেশৰ ইতিহাস, ঐতিহ্য, সম্পদ,

ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামত অবৈধভাৱে ভূমি ক্ৰয়- ১০ কোটি টকাৰ ৰাজ সাহায্য গ্ৰহণ প্ৰসংগঃ জাতীয়…

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই৷ হয় লোৱা নাই৷ লোৱা বুলি আমিও কোৱা নাই৷ আমি কৈছো- ল'বলৈ গৈ আছিল৷ লোৱাৰ আগতে ধৰা পৰিল৷ বাতৰি ওলাই গ'ল৷ গতিকে এতিয়া নলওঁ বুলি কৈছে৷ এই মন্তব্য

অসমৰ জাতীয় অনুষ্ঠান সমূহত বৰ্তমান চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে অনা অসমীয়াৰ দপদপনিঃ মীৰা বৰঠাকুৰ…

গুৱাহাটীঃ জাতি মাটি আৰু ভেটি ৰক্ষাৰ আভুৱা ভৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অসম বিৰোধী কাৰ্য কলাপৰ বলী হৈছে অসমৰ সমূহ বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয় সমূহ হৈছে সমাজৰ ৰাজহাড় স্বৰূপ আৰু জাতি আৰু মানব সম্পদ গঢ়াৰ মন্দিৰ৷ কিন্তু অতি পৰিতাপৰ বিষয়

অসম এথলেটিকছ সন্থাৰ সমন্বয় বৈঠকঃ ক্ৰীড়াবিদ সৃষ্টিহে এটা সন্থাৰ প্ৰধান দায়িত্ব হ’ব লাগে-…

গুৱাহাটীঃ অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দায়িত্বভাৰ গ্ৰহন কৰিয়েই দিনযোৰা সভাৰ আয়োজন কৰে। আজি পুৱাৰ ভাগত ক্ৰীড়া সাংবাদিকসকলৰ সৈতে সন্থাৰ বিষয়-ববীয়াসকলে ক্ৰীড়াৰ উত্তৰন

মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাৰ সংবাদমেলঃ ৯ আৰু ১০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব…

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাই আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে। সভানেত্রী আঙ্গুৰলতা ডেকাৰ নেতৃত্বত অসম প্ৰদেশ মহিলা মৰ্চাই দুটা বছৰ সম্পূৰ্ণ কৰা

অ’ পি এছ প্ৰৱৰ্তনৰ দায়িত্ব ৰাজ্য চৰকাৰৰঃ লুৰীণ

নতুন পেন্সন নীতি বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অসম জাতীয় পৰিষদৰ দাবীঃ অসমত বাহাল কৰক পুৰণি পেন্সন নীতি গুৱাহাটীঃ নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰবাহাল

অনাস্থা প্ৰস্তাৱকলৈ মোদীয়ে দিয়া ভাষণে প্ৰমাণিত কৰিছে বিজেপিৰ অন্তৰত উত্তৰ-পূৱৰ প্ৰকৃত স্থানঃ…

মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত হৈ আছে কেন্দ্ৰ চৰকাৰঃ ৰিপুণ বৰা গুৱাহাটীঃ মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কেন্দ্ৰ চৰকাৰ জড়িত হৈ আছে। মণিপুৰৰ হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰি আইন-শৃংখলা পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত মণিপুৰ আৰক্ষীৰ সৈতে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্যঃ ব্যৱস্থা গ্ৰহণৰ দাবীৰে…

অসম আৰক্ষীয়ে এতিয়ালৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনকঃ ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক) অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে গুৱাহাটীঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিঞা

অসমৰ বিভিন্ন বিভাগৰ ১,০৫,২৬০ অস্থায়ী কৰ্মচাৰীক শীঘ্ৰে নিয়মীয়া কৰাৰ দাবী আম আদমি পাৰ্টীৰ

জীৱনৰ অধিকতম সময় চৰকাৰী সেৱা আগবঢ়োৱাসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে চৰম উদাসীনতাঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসম চৰকাৰৰ বিভিন্ন বিভাগত থকা অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেখুওৱা চৰম উদাসীনতাই উদ্বেগ কৰিছে আম