ashomiyapatrika.com
Browsing Tag

president bhaben choudhary

আপৰ লক্ষ্য ২০২৬ চনৰ বিধান সভা নিৰ্বাচন-ডাঃ ভবেন চৌধুৰী

চেঙাত আপৰ কাৰ্যালয় উদ্বোধনঃ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ গুৱাহাটীঃ ৰাজ্যৰ ১৪ টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী

পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশঃ ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ…

চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে গুৱাহাটীঃ ‘যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে

দৰিদ্ৰতা, নিৱনুৱা সমস্যা সমাধানৰ পৰিকল্পনা নাইঃ ডাঃ ভবেন চৌধুৰী

নির্বাচনমুখী বাজেটঃ আম আদমি পার্টী গুৱাহাটীঃ 'বাজেটত দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো দূৰদৃষ্টি নাই। বৰং নির্বাচনক লৈহে দৃষ্টি নিবদ্ধ। ভোট কিনিবলৈ পোনপটীয়াকৈ বাজেটত ব্যৱস্থা লোৱা হৈছে।'- আজি বিত্তমন্ত্রী অজন্তা নেওগে

বন্দুকৰ গুলীৰে সমস্যা সমাধান কৰিব নোৱাৰিঃ ডাঃ ভবেন চৌধুৰী

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগে সন্দেহৰ ভিত্তিত অসমীয়া যুৱকক ভুৱা এনকাউন্টাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা আম আদমি পাৰ্টীৰ গুৱাহাটীঃ যোৱাকালি শদিয়া আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সন্দেহৰ ভিত্তিত চাৰিজনকৈ অসমীয়া যুৱকক এনকাউন্টাৰ

গাঁৱৰ ঘৰে পথাৰে আম আদমি পাৰ্টীঃ সবল গাওঁ, উন্নত অসম শ্ল’গানেৰে আপৰ ‘গাঁৱলৈ যাত্ৰা’

শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভাত আপৰ ব্যাপক প্ৰস্তুতি গুৱাহাটীঃ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনলৈ টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ সাংগঠনিক ভেটি সুদৃঢ় কৰাত উঠিপৰি লাগিছে আপে৷ যোৱা ১৫ নৱেম্বৰৰ পৰা দলটোৱে “গাঁৱলৈ যাত্ৰা” কাৰ্যসূচী গ্ৰহণ

চেঞ্চুৰীৰ দিশে পিয়াঁজৰ মূল্য, যোগান মন্ত্ৰীৰ ব্যৰ্থতাত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অবস্থাঃ ডাঃ…

গুৱাহাটীঃ বিগত কিছু বছৰৰ পৰা পণ্য-দ্ৰব্যৰ বজাৰৰ মূল্য-বৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। বৰ্তমানৰ চৰকাৰখনে ক্ষমতালৈ অহাৰ পূৰ্বে পণ্য-সামগ্ৰীৰ মূল্য-বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে বাগাড়ম্বৰপূৰ্ণ নানা বক্তব্যৰে জনতাক ব্যতিব্যস্ত কৰি

সমন্বয়ৰ অসমত সাম্প্রদায়িক বিজেপি আৰু এআইইউডিএফ দলে নাটক আৰু নৃত্য নাটিকাৰে আবেগৰ বীজ সিঁচিব বিচাৰে

গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ৷ আপৰ

‘২৪ৰ নিৰ্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিবঃ ডাঃ ভবেন চৌধুৰী

ভৱেশ কলিতা, পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাই বিৰোধী ঐক্যক কৰা তাচ্ছিল্য মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ‘আপ’ৰ গুৱাহাটীঃ আসন্ন লোকসভা নিৰ্বাচনত বিজেপিত প্রতিহত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ১৩ দলীয়া বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰৰ

ৰাজ্যৰ ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আপ

আপৰ চৰকাৰে বিনামুলীয়া আঁচনি দিছে যদিও এটকাও ঋণ লোৱা নাই, এটকাও কৰ বৃদ্ধি কৰা নাইঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসমৰ বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। কল্যাণকামী চৰকাৰে এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ'ব

নতুন সম্পত্তি পঞ্জীয়নত ৰাজহ বিভাগে অতিৰিক্ত টকা লৈ থকাৰ গোপন ৰহস্য ফাদিল ‘আপ’ৰ

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গোপনে সম্পত্তি বিক্রী কৰা, গোপনে অতিৰিক্ত কৰ সংগ্ৰহ কৰা, গোপনে মূল্যবৃদ্ধি কৰা কোনো নতুন কথা নহয়৷ আজি আম আদমি পাৰ্টীয়ে অসম চৰকাৰৰ ৰাজহ বিভাগে গ্রাহকে গম নোপোৱাকে বহু দিনৰ পৰা