ashomiyapatrika.com
Browsing Tag

president

ভিনেশ ফোগাটে কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিছেঃ ৰাতুল শৰ্মা

অসম মল্লযুঁজ সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ'লেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে মহিলা মল্লযুঁদ্ধা ভিনেশ ফোগাট, এই মন্তব্য অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ। ছেমি ফাইনেলত দুৰ্দান্ত

অবিনাশৰ মৃত্যুয়েই শেষ মৃত্যু হওঁকঃ ৰিপুণ বৰা

শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত অসম তৃণমূল কংগ্ৰেছ গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে । পিতৃ-মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক। আজি অসম তৃণমূল কংগ্ৰেছৰ

বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান – ৰিপুণ বৰা

অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা গুৱাহাটীঃ বানপানীত আজি বিধস্ত অসমৰ জনজীৱন। চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন। হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত। বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে। বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী

চৰকাৰে ব্যস্ততাৰ বাবে মহাপুৰুষ মাধৱদেৱৰ কথা পাহৰি পেলাইছে! ভূপেন বৰা

পুনৰ মাধৱদেৱ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান ভূপেন বৰাৰ নিউজ ডেক্সঃ ২০০৫ চনত তদানীন্তন তৰুণ গগৈ চৰকাৰে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল। কিন্তু বিজেপি চৰকাৰখনে উক্ত বঁটাৰ ধাৰাবাহিকতা ৰক্ষা কৰা নাই। হয়তো কিবা

ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত চমকপ্ৰদ উত্থান তৃণমূল কংগ্ৰেছৰ

ডিমা হাছাওৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটীঃ আজি জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰে দলৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেল সম্বোধন কৰি

বিজেপি চৰকাৰে ৭ নৱেম্বৰত পুনৰ ১০০০ কোটি ঋণ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আপঃ ঋণ নোলোৱাকৈ চৰকাৰ চলাব…

বিজেপিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ অসমত লাগে ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়াঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসমত আজি 'সিংঘম'ৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন ৰাইজে উপলব্ধি কৰিছে আৰু তেতিয়াহে অসমত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা 'ছিণ্ডিকেটৰাজ' বন্ধ

বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা, ফোন হেকিঙৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা…

গুৱাহাটীঃ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত বিৰোধী নেতা-নেত্ৰী সকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলখন সম্বোধন কৰি সভাপতি ৰিপুণ বৰাই উক্ত ঘটনাটোৰ বাবে

আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱনঃ ভৱেশ কলিতা

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জনাইছে। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰন কৰা এক প্ৰেছ বাৰ্তাত ভৱেশ কলিতাই কয় আদৰৰ কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন।

অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিঃ চাইবাৰ ক্ৰাইম ধৰা পৰা এমাহ হ’ল কিন্তু হাইপ্ৰ’ফাইল…

গুৱাহাটীঃ অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত হৈছে৷ আমেৰিকাৰ বৃহৎ চাইবাৰ অপৰাধৰ লগত জড়িত সুশীল সচদেৱাৰ অসম লিংক উদ্ধাৰ হৈছে৷ আমেৰিকাৰ পৰা ২৫ হেজাৰ কোটি টকা লুটি নিয়া সুশীল সচদেৱাৰ সহযোগীসকল অসমত ধৰা পৰাৰ পাছতো অসম চৰকাৰ

অভিলেখৰ সলনি মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাবোৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰকঃ ডাঃ ভবেন চৌধুৰী

ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনিঃ আপ গুৱাহাটীঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি কেবল দুদিনৰ বাবে প্ৰচাৰধৰ্মী গছপুলি ৰোপণৰ চমক দিয়া কাৰ্যক গৰিহণা দিছে আম আদমি পাৰ্টীয়ে। ১৭