প্ৰতিবন্ধী শিক্ষক নিযুক্তিৰ নামত ৰাজ্য চৰকাৰে ৪৯৮জন লোকক প্ৰতাৰণা কৰাৰ অভিযোগ
দুবাৰকৈ প্ৰতিবন্ধকতাৰ পৰীক্ষা অনুষ্ঠিত কৰিও নিযুক্তি নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ
গুৱাহাটীঃ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিএমচিএইছত দুবাৰকৈ প্ৰতিবন্ধকতাৰ পৰীক্ষা সম্পন্ন হোৱাৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰৰ!-->!-->!-->…