ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান ১২টা বিৰোধী ৰাজনৈতিক দলৰ
গুৱাহাটীঃ ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতি আৰু আৰক্ষী বিষয়া জোণমনি ৰাভাৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইৰ পৰিৱৰ্তে উচ্চ-ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰোৱাবলৈ দাবী উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমুহে৷ আজি কংগ্ৰেছৰ!-->…