দীপৰ বিল সংৰক্ষণৰ বাবে ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
বিলত কোনো ধৰণৰ দূষিত পানী নেপেলাবলৈ নিৰ্দেশ
গুৱাহাটীঃ দেশী বিদেশী চৰাইৰ বিচৰণথলী হিচাপে পৰিচিত আৰু আন্তৰ্জাতিক ৰামছাৰ ক্ষেত্রত স্থান পোৱা গুৱাহাটীৰ দীপৰ বিলৰ পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ পদক্ষেপ গ্ৰহণ!-->!-->!-->…