বকোলৈ সুনাম কঢ়িয়ালে প্ৰজ্ঞানজিৎ মহন্তইঃ ডিষ্টিংছন সহ ৯৭:৫০ শতাংশ নম্বৰেৰে উজলিল প্ৰজ্ঞানজিৎ
বকোঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ বকো ডনবস্ক হাইস্কুলৰ পৰা মুঠ ৯৭:৫০% নম্বৰ লৈ উৰ্ত্তীণ হৈছে বকোৰ প্ৰজ্ঞানজিৎ মহন্তই। ৰাজ্যৰ শিক্ষা বিভাগে যোৱা ২০ এপ্ৰিলত ২০২৩/২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এই!-->…