সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত সুখী জীৱনৰ কৌশল আয়ত্তৰ সুযোগ নাই
অসম - মেঘালয় সীমান্তৰ জিমিৰিগাঁওৰ শৈক্ষিক আড্ডাত শিক্ষাবিদ পৰেশ বৈশ্য
বকোঃ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত সুখী জীৱনৰ কৌশল আয়ত্তৰ সুযোগ নাই। এই শিক্ষাই আমাক বহু ক্ষেত্ৰত স্বাৰ্থপৰ আৰু অসুখীহে কৰি আহিছে। আনহাতে শিক্ষাৰ উপযোগিতা বাস্তৱ!-->!-->!-->…