ashomiyapatrika.com
Browsing Tag

Palashbari

পলাশবাৰী বৰকুছিৰ তপন মালীলৈ সন্মানীয় ডক্তৰেট উপাধি, আন্তঃৰাষ্ট্ৰীয় গৌতম বুদ্ধ শান্তি বঁটা ২০২৪ঃ…

মিৰ্জাঃ ভাৰত আৰু নেপাল চৰকাৰৰ উমৈহতীয়া ইন্দো-নেপাল লিডাৰশ্বিপ কনভেণ্টৰ উদ্যোগত নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত তৃতীয় বার্ষিক দীক্ষা সামাৰোহত গ্লোবেল চেমবার্চ অফ কমার্চ ইণ্ডাষ্ট্রী এণ্ড এগ্রিকালচাৰেল আৰু ইণ্ট্ৰিগেটেত গ্লোবেল

পলাশবাৰীত স্বেচ্ছাসেৱী সংগঠনৰ বিনামূলীয়াকৈ কম্বল বিতৰণ

মিৰ্জাঃ দক্ষিণ কামৰূপৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "প্রাগ একাডেমী"য়ে বিগত সময়ছোৱাত দুখীয়া ৰাইজৰ হিতাৰ্থে বিভিন্ন উন্নয়ণ মূলক কাম কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি পলাশবাৰী দখলাত অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে

পলাশবাৰী বঙৰাৰ শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ ‘মিলন সমাৰোহ’

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত প্ৰাক্তন ছাত্র-ছাত্রী সকলৰ পুনঃ মিলনৰ জৰিয়তে হৃদয়ঙ্গম কৰিবলৈ ‘মিলন সমাৰোহ’ শীৰ্ষক অনুষ্ঠান যোৱা ২৮ ডিচেম্বৰত দিনযোৰা

পলাশবাৰীৰ নহিৰাত প্ৰধান মন্ত্ৰী ‘শ্ৰী’ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত আজি প্ৰধান মন্ত্ৰী 'শ্ৰী' আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী 'শ্ৰী' আঁচনিৰ অনুমোদিত অতিৰিক্ত শ্ৰেণী কোঠাৰ কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক

পলাশবাৰীৰ উপৰহালীত মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

মিৰ্জাঃ কামৰূপ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ৰামপুৰ মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত উপৰহালীস্থিত ৰাজীৱ ভৱনত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উপস্থিত থাকি

পলাশবাৰীত অশোক কুমাৰ দাসৰ ‘কোৰিয়াৰ কবিতা’ উন্মোচন

অশোক কুমাৰ দাসৰ ব্যতিক্ৰমী জীৱন দৰ্শন সম্পৰ্কে আমাৰ জানিব লগা আছেঃ কিশোৰ কুমাৰ কলিতা মিৰ্জাঃ ইংৰাজী আৰু বঙালী সাহিত্যৰ বিভিন্ন লেখা অনুবাদেৰে অসমীয়া সাহিত্যৰ জগতখনত পৰিচিত হৈ পৰা লেখক অশোক কুমাৰ দাসৰ 'কোৰিয়াৰ কবিতা' নামৰ ৩৪ টা অনুবাদ

পলাশবাৰীৰ উপৰহালী, নহিৰাত বিশ্ব নাৰিকল দিৱস উদ্‌যাপন

মিৰ্জাঃ পলাশবাৰীৰ উপৰহালীস্থিত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানত উদ্যান শস্য গবেষণা কেন্দ্রৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত যোৱা ২ ছেপ্তেম্বৰত দিনযোৰা কাৰ্যসূচীৰে "বিশ্ব নাৰিকল দিবস" উদযাপন কৰা হয়। অনুষ্ঠানত

পলাশবাৰী ৰঙামাটি নামঘৰ নৱনিৰ্মিত হীৰেণ চন্দ্ৰ দাস সোঁৱৰণী তোৰণ মুকলি

মিৰ্জাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পলাশবাৰী জিলাৰ অন্তৰ্গত ৰঙামাটি প্ৰাথমিক শাখাৰ নামঘৰৰ নৱনিৰ্মিত মূল প্ৰৱেশ তোৰণ ১৮ জুলাইত আনুষ্ঠানিকভাবে মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ৰঙামাটি ৩ নং মেধিপাৰা নিবাসী বিশিষ্ট সমাজকৰ্মী,

পলাশবাৰীৰ নহিৰা গোধাপাৰাত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ নহিৰা গোধাপাৰা বেডমিণ্টন ক্লাৱৰ উদ্যোগত আৰু শোভা মেডিক'জ বিজয়নগৰৰ সৌজন্যত নহিৰা গোধাপাৰাৰ শ্ৰীশ্ৰী বুঢ়া ভাঙৰা গোঁসাইঘৰ প্ৰাঙ্গণত আজি এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক