উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি
গুৱাহাটীঃ আজি দিনৰ ভাগত অহা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে আজি দুপৰীয়া ১ বাজি ২১ মিনিট ৩০ ছেকেণ্ডত প্ৰায় ১৭!-->…