কি আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় বাজেট, ২০২৪-২০২৫
নতুন দিল্লীঃপ্ৰথম খণ্ডঃ বিশ্ব অৰ্থনীতি নীতিগত অনিশ্চয়তাৰ মাজত থকাৰ পিছতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰধাৰা অব্যাহত আছে আৰু আগন্তুক বছৰসমূহতো এই ধাৰা অব্যাহত থাকিব। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৪-২৫ৰ!-->…