ashomiyapatrika.com
Browsing Tag

NFRly

তীব্ৰ গৰম, বিশুদ্ধ পানী যোগান ধৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা আৰম্ভ

গুৱাহাটীঃ বিগত কিছুদিন ধৰি হৈ থকা তীব্ৰ গৰমে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমতো স্বাভাবিক জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে। ইফালে এই তীব্ৰ গৰমত ৰেলযাত্ৰীৰ স্বাস্থ্যজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই অধিক

অসমসহ উত্তৰ-পূবত ২৭ ডিচেম্বৰলৈকে বন্ধ থাকিব ২৬খনকৈ যাত্রীবাহী ৰেলঃ হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ

গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত চাংসাৰী আৰু আগিয়াঠুৰি ৰে'ল ষ্টেচনৰ মাজত নিৰ্মাণৰত অৱস্থাত থকা দ্বৈত ৰে'ল লাইনৰ কমিছনিং কাম-কাজৰ পৰিপ্ৰেক্ষিতত ১৭ ডিচেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লগতে দক্ষিণ পাৰেৰে ৰঙিয়া আৰু

উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ নতুন মহাপ্ৰৱন্ধক হিচাপে সতীশ কুমাৰ পাণ্ডেৰ যোগদান

গুৱাহাটীঃ ইউপিএছচিৰ ১৯৮৬ বেটচৰ ভাৰতীয় ৰেল সেৱাৰ অভিযন্তা বিষয়া সতীশ কুমাৰ পাণ্ডেই উত্তৰ পূব সীমান্ত ৰে'লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেখেত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজী, ৰুৰকীৰ পৰা চিভিল ইঞ্জীনিয়াৰিঙত স্নাতক

লৌহ পুৰুষজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনঃ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ প্ৰাঙ্গনত ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰে। এই দিনটো উত্তৰ পূব

এলএইচবি ডবাৰ সৈতে গুৱাহাটী – বিকানেৰ এক্সপ্ৰেছ ৰেলখনৰ চলাচল শুভৰাম্ভ কৰে মন্ত্ৰী পৰিমল…

গুৱাহাটীঃ যাত্ৰীসকলৰ সুৰক্ষা আৰু স্বাচ্ছন্দ্য আৰু অধিক বৃদ্ধিৰ বাবে, অত্যাধুনিক সা-সুবিধাৰে সজ্জিত গুৱাহাটী-বিকানেৰ জংচন-গুৱাহাটী সাপ্তাহিক এক্সপ্ৰেছ ৰেলখনক আধুনিক এলএইচবি (লিঙ্কে হফমেন বুছ) কোচলৈ ৰূপান্তৰিত কৰা হৈছে। অসম চৰকাৰৰ পৰিবহণ,

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাঃ নাগালেণ্ডৰ…

গুৱাহাটীঃ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আজি অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশিত হ'বলগীয়া লংকা, লামডিং আৰু ডিমাপুৰ ষ্টেচনৰ অগ্ৰগতিৰ বুজ লয়। মহাপ্ৰৱন্ধক গৰাকীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কৰণীয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰে’লৱেৰ উন্নয়নমূলক প্ৰকল্পসমূহত অভিলেখ সংখ্যক বিনিয়োগ

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ১০০শতাংশ পুঁজি ব্যয়েৰে ৰে'ল মন্ত্ৰালয়ৰ প্ৰায় ৩২,৫০০ কোটি টকাৰ আনুমানিক ব্যয়ৰ সাতটা প্ৰকল্পত অনুমোদন জনায়। মাল্টি-ট্ৰেকিঙৰ