নীটৰ অনিয়মত বিজেপি জড়িত থকাৰ অভিযোগত দেশজোৰা প্ৰতিবাদ
নীট কেলেংকাৰিৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আপৰ
গুৱাহাটীঃ মেডিকেল নামভৰ্তিৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ৰ!-->!-->!-->…