বিজেপি চৰকাৰে লাখ লাখ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰি জাতীয় চেতনাক শক্তিশালী…
কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্ব কাল ভাৰতৰ বাবে অভিশাপঃ সৰ্বানন্দ সোণোৱাল
নাহৰকটীয়াঃ ‘কংগ্ৰেছৰ পূৰ্বৰ শাসনকালৰ দৰে লেহেমীয়া শামুকীয়া গতিৰে আমি বিশ্বজয় কৰিব নোৱাৰোঁ। ইয়াৰ বাবে ৰাইজৰ সহযোগ সৰ্বাধিক প্ৰয়োজনীয়। মোদীয়ে তাৰ বাবেই 'জন ভাগীদাৰী, জন!-->!-->!-->…