ashomiyapatrika.com
Browsing Tag

moirabari

লোকসভা নিৰ্বাচনৰ ভোটগননাৰ বাবে মৰিগাৱত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ

মৈৰাবাৰীঃ অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৯ নং নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচন জিলাৰ ভোটগণনাৰ কামত নিয়োজিত বিষয়া- কৰ্মচাৰীসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ মৰিগাঁও জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক সম্বৰ্ধনা জিলা প্ৰশাসনৰ

প্ৰতিকূল পৰিস্থিতিত হতাশ নহৈ বা হীনমন্যতাত নুভুগি শুদ্ধ সিদ্ধান্তৰে আগবাঢ়ি যোৱাৰ আহ্বান জিলা আয়ুক্তৰ মৈৰাবাৰীঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সেৱাত

মৰিগাঁও পৌৰসভাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ৰাইজৰ দুৱাৰমুখৰ পৰা ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাঃ মহন্ত মৈৰাবাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি মৰিগাঁও পৌৰ সভাৰ ‘বিকশিত ভাৰত

মৰিগাঁৱত তৃণমূল পৰ্যায়ত জল জীৱন অভিযানৰ সৈতে জড়িত ২৭ গৰাকী কৰ্মী, গোট আৰু অনুষ্ঠানক জিলা জল সেৱা…

জলমিত্ৰসকল দেশৰ একোগৰাকী সেনানীঃ দেৱাশীষ শৰ্মা মৈৰাবাৰীঃ মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আজি জল জীৱন অভিযান ৰূপায়ণত তৃণমূল পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জলমিত্ৰ আৰু অন্যান্যসকলক জিলা জল সেৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত

মৰিগাঁও জিলাৰ ঘগুৱা গাঁও পঞ্চায়তত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী পীযুষ…

মৈৰাবাৰীঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ ঘগুৱা গাঁও পঞ্চায়তৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত

মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে…

মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানঃ চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত লোকসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া স্থায়ী পুনৰসংস্থাপনৰ প্ৰতিশ্ৰুতিক

মৈৰাবাৰী লালু মৰলৰ মৃত্যুঃ শোকৰ ছা

মৈৰাবাৰীঃ মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী লাল মিঞা মৰল ওৰফে লালু মৰলৰ আজি সন্ধিয়া ৫:৩০ মান বজাত মৃত্যু হয়। বৃক্ক আৰু বাধ্যৰ্কজনিত কাৰনত ৯০ বছৰত মৃত্যু হোৱা লালু মৰল জীৱিত অৱস্থাত মৈৰাবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্টানৰ লগত ওতপ্ৰোত

মাছৰ দানাৰ কু প্ৰভাৱঃ মৈৰাবাৰীত কুইণ্টলে কুইণ্টলে মৰিছে মাছ

মৈৰাবাৰীঃ মৰিগাও জিলাৰ মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত এজন মাছ পালকৰ পুখুৰীৰ দৃশ্য দেখিলে আপোনাৰ চকু সেমেকি যাব। কিয়নো পুখুৰীটোত হঠাৎ ডাঙৰ ডাঙৰ মাছ মৰি ওপঙি উঠিছে৷ পুখুৰীটোৰ গৰাকীজনৰ ভাষ্য অনুসৰি কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰ নেচাৰেল ফিড নামৰ এটা