বিধায়ক ভৱেশ কলিতাৰ মাতৃৰ দেহাৱসানঃ অনুষ্ঠান- প্ৰতিষ্ঠানৰ তথা অগণন গুণমুগ্ধৰ শোক প্ৰকাশ
ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃ যমুনাবালা ডেকাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা দেহাৱসান ঘটে৷ তেখেতৰ মৃত্যুত বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে!-->…