জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক
মহানগৰীৰ বিভিন্ন অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ যুটীয়া পৰ্যবেক্ষণৰ নিৰ্দেশ
গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত!-->!-->!-->…