ashomiyapatrika.com
Browsing Tag

Mirza

পলাশবাৰী বৰকুছিৰ তপন মালীলৈ সন্মানীয় ডক্তৰেট উপাধি, আন্তঃৰাষ্ট্ৰীয় গৌতম বুদ্ধ শান্তি বঁটা ২০২৪ঃ…

মিৰ্জাঃ ভাৰত আৰু নেপাল চৰকাৰৰ উমৈহতীয়া ইন্দো-নেপাল লিডাৰশ্বিপ কনভেণ্টৰ উদ্যোগত নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত তৃতীয় বার্ষিক দীক্ষা সামাৰোহত গ্লোবেল চেমবার্চ অফ কমার্চ ইণ্ডাষ্ট্রী এণ্ড এগ্রিকালচাৰেল আৰু ইণ্ট্ৰিগেটেত গ্লোবেল

মিৰ্জাস্থিত ডাৰউইন একাডেমীৰ উত্তীৰ্ণ হাৰ ৯৯.২ শতাশ

মিৰ্জাঃ অলপতে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শৈক্ষিক প্ৰতিষ্ঠান ডাৰউইন একাডেমীৰ পৰা এইবেলি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন

পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ সাধাৰণ সভা

পবিত্ৰ কুমাৰ দাসৰ কাব্যগ্ৰন্থ অনুভৱৰ তৰাফুল উন্মোচন মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সোণতলা- বৰকুছিস্থিত চিনাকী ভৱনত আজি সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীৰ কামৰূপৰ সাধাৰণ সভা আৰু তৃতীয় বৈঠকখনি অনুষ্ঠিত কৰা হয়। এই গোষ্ঠীৰ সম্পাদক প্রফুল্ল

ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসক ‘ক্ৰীড়াশ্ৰী’ উপাধি প্ৰদান, বিশেষ সম্বৰ্ধনা

দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ 'গাঁৱলৈ যাওঁ বলক' অনুষ্ঠান মিৰ্জাঃ দক্ষিণ কামৰূপৰ সাংবাদিক, শিল্পী- সাহিত্যিকৰ অন্যতম অনুষ্ঠান ‘দক্ষিণ কামৰূপ প্ৰেছ ক্লাব’ৰ উদ্যোগত ‘গাঁৱলৈ যাওঁ ব’লক’ শীৰ্ষক কাৰ্যসূচী বিভিন্ন সময়ত ৰূপায়ণ কৰি আহিছে। ইয়াৰে অংশ

দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ ‘গাঁৱলৈ যাওঁ বলক’ শীৰ্ষক অনুষ্ঠান

ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসক 'ক্ৰীড়াশ্ৰী' উপাধি প্ৰদান, বিশেষ সম্বৰ্ধনা মিৰ্জাঃ দক্ষিণ কামৰূপৰ সাংবাদিক, শিল্পী-সাহিত্যিকৰ অন্যতম অনুষ্ঠান ‘দক্ষিণ কামৰূপ প্ৰেছ ক্লাব’ৰ উদ্যোগত “গাঁৱলৈ যাওঁ ব’লক’ শীৰ্ষক কাৰ্যসূচী বিভিন্ন সময়ত ৰূপায়ণ কৰি

পলাশবাৰীত স্বেচ্ছাসেৱী সংগঠনৰ বিনামূলীয়াকৈ কম্বল বিতৰণ

মিৰ্জাঃ দক্ষিণ কামৰূপৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "প্রাগ একাডেমী"য়ে বিগত সময়ছোৱাত দুখীয়া ৰাইজৰ হিতাৰ্থে বিভিন্ন উন্নয়ণ মূলক কাম কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি পলাশবাৰী দখলাত অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে

পলাশবাৰী বঙৰাৰ শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ ‘মিলন সমাৰোহ’

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত প্ৰাক্তন ছাত্র-ছাত্রী সকলৰ পুনঃ মিলনৰ জৰিয়তে হৃদয়ঙ্গম কৰিবলৈ ‘মিলন সমাৰোহ’ শীৰ্ষক অনুষ্ঠান যোৱা ২৮ ডিচেম্বৰত দিনযোৰা

আজিৰে পৰা পাঁচদিনীয়াকৈ শুভাৰম্ভ চানডুবি উৎসৱ

নৃগোষ্ঠীয় লোকনৃত্যৰ তালত প্ৰাণ পাই উঠিল প্ৰকৃতিৰ ৰাণী মিৰ্জাঃ ৰাজ্যৰ অন্যতম পর্যটন ক্ষেত্ৰ তথা ৯খন প্রধান বিলৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম। ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিলখনৰ অপূৰ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু থলগিৰী

আজিৰে পৰা কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সদৌ অসম আন্ত দায়েত ফুটবল প্ৰতিযোগিতা…

মিৰ্জাঃ আজিৰে পৰা মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰ উদ্যোগত সদৌ অসম আন্ত দায়েত ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। মিৰ্জাৰ দায়েত খেল পথাৰত আজি সহস্ৰাধিক ক্ৰিয়া প্ৰেমী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মিৰ্জা দায়েতৰ অধ্যক্ষ ডক্তৰ

পলাশবাৰীৰ নহিৰাত প্ৰধান মন্ত্ৰী ‘শ্ৰী’ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত আজি প্ৰধান মন্ত্ৰী 'শ্ৰী' আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী 'শ্ৰী' আঁচনিৰ অনুমোদিত অতিৰিক্ত শ্ৰেণী কোঠাৰ কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক