শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰিলে মাইক্ৰ’ফাইনেন্সৰ ঋণী সকললৈ বকেয়া শূণ্য প্ৰমাণপত্ৰ
গৌৰীসাগৰঃ অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত আজি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ অনাদায় হৈ থকা মহিলা সকলক বকেয়া শূণ্য প্ৰমাণপত্ৰ (No dues Certificate) বিতৰণ কৰে৷ এই!-->…