মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি ৰূপায়নঃ কামৰূপ মহানগৰ জিলাত ৩,৫৯১ গৰাকীক ঋণ মুক্তিৰ…
গুৱাহাটীঃ অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ তৃতীয় বৰ্গৰ অন্তৰ্ভুক্ত কামৰূপ মহানগৰ জিলাৰ ঋণী সকলক আজি ঋণমুক্তিৰ প্ৰমাণ পত্ৰ (No Dues Certificate) বিতৰণ কৰা হয়৷ এই উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত!-->…