৩০ জুনৰ ভিতৰত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ
গুৱাহাটীঃ যান-বাহনৰ বকেয়াসহ চলিত বিত্তীয় বৰ্ষৰ সকলো কৰ সংগ্ৰহৰ সমান্তৰালভাৱে ৰাজপথত সকলোৰে বাবে সদাসুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে পৰিবহণ বিভাগে জোৰদাৰ অভিযান চলাইছে। বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে!-->…