ashomiyapatrika.com
Browsing Tag

Meeting

অসম এথলেটিকছ সন্থাৰ সমন্বয় বৈঠকঃ ক্ৰীড়াবিদ সৃষ্টিহে এটা সন্থাৰ প্ৰধান দায়িত্ব হ’ব লাগে-…

গুৱাহাটীঃ অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দায়িত্বভাৰ গ্ৰহন কৰিয়েই দিনযোৰা সভাৰ আয়োজন কৰে। আজি পুৱাৰ ভাগত ক্ৰীড়া সাংবাদিকসকলৰ সৈতে সন্থাৰ বিষয়-ববীয়াসকলে ক্ৰীড়াৰ উত্তৰন

কোণার্ক ফেষ্টিভেলৰ আৰ্হিত অসমত জানুৱাৰীত তিনিদিনীয়াকৈ সত্ৰীয়া নৃত্য উৎসৱ

গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি তথা দেশৰ অন্যতম শাস্ত্ৰীয় নৃত্যশৈলীৰূপে স্বীকৃত সত্ৰীয়া নৃত্যক এক বিশেষ মৰ্যাদাৰে আগবঢ়াই নিয়াৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্রহণ কৰিছে। এই উদ্দেশ্যে আজি সাংস্কৃতিক পৰিক্ৰমা,

প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা সম্পন্ন

বিৰোধী 'ইণ্ডিয়া'ৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ সমষ্টিবাসীক আহ্বান উপ-সভাপতি ৰাজীৱ শইকীয়াৰ গুৱাহাটীঃ যোৱা ২ জুলাইত তেজপুৰত অনুষ্ঠিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ১৬ জনীয়া লোকসভা ব্যৱস্থাপনা গোটৰ এখন সভা আজি কাজিৰঙাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন আঁচনিৰ যোগেদি ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতেই বিশুদ্ধ…

কার্বি আংলং জিলা আৰু পশ্চিম কার্বি আংলং জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত বিশাল পৰ্যালোচনা সভা কাৰ্বি আংলংঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কার্বি আংলং জিলা আৰু পশ্চিম কার্বি আংলং জিলাৰ সাংসদ আৰু বিধায়কসকল,

পথ দুৰ্ঘটনা ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাঃ ৩৩ টা ব্লেক স্পট চিনাক্ত কৰি ব্যৱস্থা…

জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন গুৱাহাটীঃ গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত চিনাক্ত কৰা মুঠ ৩৩ টা অতি দুৰ্ঘটনাপ্ৰৱন স্থান অৰ্থাৎ ব্লেক স্পটত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত

মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক

দেশৰ আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপনত ঐক্যমত প্ৰকাশঃ অদূৰ ভৱিষ্যতে অসম ভ্ৰমণৰ ইচ্ছা প্ৰকাশ উদ্ধৱ থাকৰেৰ মুম্বাইঃ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ মাজতে আজি অসম জাতীয় পৰিষদ দলৰ নেতৃবৃন্দই

জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

মহানগৰীৰ বিভিন্ন অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ যুটীয়া পৰ্যবেক্ষণৰ নিৰ্দেশ গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত