ashomiyapatrika.com
Browsing Tag

Meeting

মন্ত্ৰী অশোক সিংহল আৰু অতুল বৰাৰ অংশগ্ৰহণেৰে জনতা ভৱনত জলসিঞ্চন আৰু কৃষি বিভাগৰ যুটীয়া বৈঠক

পাৰস্পৰিক আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত দুয়োটা বিভাগৰ গুৱাহাটীঃ ৰাজ্যৰ কৃষিখণ্ডৰ উত্তৰণত অবিৰত আৰু সময়োপযোগী জলসিঞ্চনৰ গুৰুত্বৰ কথা বিবেচনা কৰি দুয়োটা বিভাগৰ কাম-কাজত সামঞ্জস্য অনাৰ লক্ষ্যৰে

কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ কাৰ্য্যকৰী বৈঠক সম্পন্ন

বকোঃ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সকলোৰ পিতৃ সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ আজি অনুষ্ঠিত হয় কাৰ্য্যকৰী বৈথক। বকোৰ চিলাৰায় ভৱনত দিনৰ এঘাৰ বজাত অনুষ্ঠিত হোৱা সভাত পৌৰহিত্য কৰে সভাপতি

গৰিয়া – মৰিয়া – দেশী জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ দ্বিতীয় বৰ্ষপূৰ্তিত…

বকোঃ সদৌ অসম গৰিয়া - মৰিয়া - দেশী জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুস্থান খন আজি আয়োজন কৰা হয়। দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত জামবাৰী আঞ্চলিকৰ সহযোগত জামবাৰী ক্ৰীড়া সন্থাৰ খেলপথাৰত বিশাল আয়োজনেৰে

বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ তৃতীয় সংখ্যক কাৰ্য্যকৰী সভা সম্পন্নঃ মূল সমিতি আৰু…

বকোঃ বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বৰ্ষৰ কেন্দ্ৰীয় অধিবেশন খন এই বেলি কামৰূপ জিলাৰ বকোস্থিত গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ প্ৰস্তূতি চলিছে। ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ ১৯, ২০ আৰু ২১ তাৰিখে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন

জাপানৰ কৃষিখণ্ডত অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ…

গুৱাহাটীঃ কৃষি ক্ষেত্ৰৰ প্ৰতি যুৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধিয়ে এই খণ্ডৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে। জাপানৰপৰা অহা এটা প্ৰতিনিধি দলে কৃষি তথা ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ সৈতে জড়িত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে গুৱাহাটীত আজি এক মত বিনিময় কাৰ্যসূচীত

অসমত তৃণমূল কংগ্ৰেছে বিচাৰিবলগীয়া আসন সম্পৰ্কে অহাকালি কলকাতাত বৈঠক

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে৷ বিশেষকৈ বিজেপি বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ গঠন হোৱাৰ পিছত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক ব্যস্ততা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ দেশৰ

খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটীঃ নতুন প্ৰজন্মৰ মাজত অসমৰ সুৱদী সুৰীয়া গীত-মাত সমূহক জনপ্ৰিয় কৰি তোলাৰ লগতে গাৱেঁ-ভুঞে, চহৰে-নগৰে সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভা সমূহ বিচাৰি উলিওৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে কামৰূপ জিলা প্ৰশাসনেও

গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

২০ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব মাটি গুৱাহাটীঃ 'মেৰি মাটি মেৰা দেশ' কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত আলোচনা আৰু সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি জিলা

অগপ, বিজেপি মুখপাত্ৰৰ যৌথ সভা, ইতিবাচক বাৰ্তাৰে প্ৰচাৰ কাৰ্য্যসূচীত গুৰুত্বঃ অনুষ্ঠিত হব ৰাজ্যিক…

গুৱাহাটীঃ আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অসম গণ পৰিষদ আৰু বিজেপিৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ এখনি গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই পৰিচালনা কৰা এই সভাখনত ৰাজ্যিক ভিত্তিত

চেছামুখত অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ ন – পুৰণি সতীৰ্থ বৈঠক সম্পন্ন

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে বৌদ্ধিক সমাজ গঢ়া তথা অসম মাতৃৰ ভাষা জননীৰ সেৱা কৰা অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ ন - পুৰণি সতীৰ্থ বৈঠক খন আজি আনুষ্ঠানিক ভাৱে সম্পন্ন হয়। কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম শাখা দমদমা