ashomiyapatrika.com
Browsing Tag

Meeting

কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা বৈঠকঃ নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণত গুৰুত্ব মন্ত্ৰী…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা,অসম চুক্তি ৰূপায়ন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বিভাগীয় পৰ্যালোচনা বৈঠক অনুস্থিত হয়।

কামৰূপত অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ বাবে গঠিত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভাত অংশগ্ৰহণ

সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

গুৱাহাটীঃ ৰাজধানী দিছপুৰৰ অসম সচিবালয়স্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বৃহস্পতিবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক বৈঠক অনুস্থিত হয়। বৈঠকত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত এক

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক

গুৱাহাটীঃ কামৰূপ (ম)জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয়৷ মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুব

চানমাৰি সাহিত্য সভাৰ বৈঠক

গুৱাহাটীঃ চানমাৰি সাহিত্য সভাৰ বৈঠক খন আজি পূৱ শৰনীয়াৰ নিবাসী ধনীৰাম তালুকদাৰৰ বাসভৱনত অনুষ্ঠিত হয়। সভাপতিৰ আসন শুৱনি কৰে কানন বৰদলৈয়ে। বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে পূৰ্বৰ সভাপতি ধনীৰাম তালুকদাৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰে

হাজোত গুৱাহাটী জিলা মজলীয়া বিদ্যালয়ৰ শিক্ষক সন্থাৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন

বকোঃ শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক সমাজৰ উমৈহতীয়া মঞ্চ গুৱাহাটী জিলা মজলীয়া বিদ্যালয়ৰ শিক্ষক সন্থাৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খন হাজোত সম্পন্ন হয়। শিক্ষা বিভাগৰ হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামদিয়া বালক মজলীয়া বিদ্যালয়ত

কংগ্ৰেছ দুৰ্নীতিৰ কেঁকটাছ, বিজেপি বিকশিত ভাৰতৰ ধ্বজাবাহকঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

দুলীয়াজান আৰু চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত 'আকৌ এবাৰ মোদী চৰকাৰ' ধ্বনিৰ জাগৰণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি জনালে সৰ্বস্তৰৰ ৰাইজে ডিব্ৰুগড়ঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যকৰী সভা সম্পন্নঃ অহা ৯ মাৰ্চত সাধাৰণ সভা

বকোঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত। কামৰূপ জিলাৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগতো ৫৫ সংখ্যক বৰ্ষ গৰকা বিহু আয়োজনৰ প্ৰস্তুতি চলিছে। এই উপলক্ষে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি অনুষ্ঠিত হয় শেষৰ খন কাৰ্য্যনিৰ্বাহক সভা।

বকোত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ কামৰূপ জিলা সমিতি গঠন সম্পৰ্কে সভা

বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জাতি উপ জাতি সমুহৰ স্বকীয় সংস্কৃতি সুদৃঢ় ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এখন বিশেষ সভা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। আজি দিনৰ ভাগত বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা সভাৰ আত

চাপৰত বিশাল জনসভা, শোভাযাত্ৰাৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই

বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী চাপৰঃ আগন্তুক লোক সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যমঞ্চই জননেতা শৰৎ চন্দ্ৰ সিংহৰ ওপজা ঠাই চাপৰৰ পৰা ৰণডংকা বজালে। এই উপলক্ষে চাপৰস্থিত 'অঞ্জলি