ঔষধৰ দাম নিয়ন্ত্ৰণতো ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই(এম)
গুৱাহাটীঃ বি জে পিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি অবিৰতভাৱে জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই আছে। ভুতৰ ওপৰত দানৱ পৰাৰ দৰে আকৌ দাম বৃদ্ধি কৰে সততে ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ।!-->…