এন আৰ আই কোটাত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক আদৰণি আম আদমি…
আপ-অসমে বিৰোধিতা কৰি আহিছিল ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক
গুৱাহাটীঃ আজি উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত এন আৰ আই কোটাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশক আদৰণি জনাইছে আপ!-->!-->!-->…