দেশজুৰি ‘মণিপুৰ সংহতি দিৱস’ পালন শ্ৰমিক- কৃষক সংগঠনসমূহৰ
অশান্ত মণিপুৰত শান্তিৰ হকে চৰকাৰে তৎক্ষনিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী
গুৱাহাটীঃ মনিপুৰত পৈশাচিক নৰহত্যাৰ অৱসান ঘটোৱাৰ হকে সকলো শান্তিপ্ৰিয় ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহবান জনাই দেশৰ আগশাৰীৰ শ্ৰমিক সংগঠন চি আই টি ইউ, বৃহত্তম কৃষক সংগঠন এ আই কে!-->!-->!-->…