আৰক্ষী কৰৰ বিৰুদ্ধে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত গৰজিল সন্মিলিত বিৰোধী
বিলাসিতাৰে উদং কৰা ৰাজকোষৰ ঘাটি পূৰাবলৈ হিমন্ত চৰকাৰে আৰোপ কৰিছে কৰঃ হেলিকপ্টাৰত ৫৪ কোটি, বিজ্ঞাপনত দুশ কোটি ব্যয়
গুৱাহাটীঃ জনসেৱাৰ নামত জনতাৰ ওপৰত পুনৰ আন কিছুমান কৰ জাপি দিয়া ৰাজ্য চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ!-->!-->!-->…