ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱককো অধ্যয়নৰ আহ্বান কুল শইকীয়াৰ
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াত শিক্ষক দিৱসৰ মনোজ্ঞ অনুষ্ঠান
আমিনগাওঁঃ সন্তানক পঢ়িবলৈ উপদেশ দিয়াতে ক্ষান্ত নাথাকি অভিভাৱকসকলকো পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাইছে অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। আজি কামৰূপ!-->!-->!-->…