চৰকাৰী প্ৰতাৰনাৰ বলি কোচ ৰাজবংশী সকলঃ অনুসূচীত জনজাতিৰ মৰ্য্যদা পোৱাৰ পৰা বঞ্চিত
বকোঃ ভূমিপুত্ৰ কোচ ৰাজবংশী সকল চৰকাৰী বঞ্চনা আৰু প্ৰতাৰনাৰ বাবে জন্মভূমিতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছে। গৰিষ্ঠ সংখ্যক ভোটাৰ থকা জনগোষ্ঠীটোক চৰম পৰ্য্যায়ত প্ৰতাৰণা কৰিছে ডৱল ইঞ্জিনযুক্ত বি জে পি চৰকাৰে। অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক!-->…