বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙতঃ জনজাতি কৰনৰ নামত চৰকাৰী প্ৰতাৰনাৰ বলি কোচ…
বকোঃ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ চৰম বঞ্চনা আৰু প্ৰতাৰনাৰ বাবে ভূমিপুত্ৰ কোচ ৰাজবংশী সকল জন্মভূমিতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছে। গৰিষ্ঠ সংখ্যক ভোটাৰ থকা জনগোষ্ঠীটোক চৰম পৰ্য্যায়ত প্ৰতাৰণা কৰিছে ডৱল ইঞ্জিনযুক্ত বি জে পি চৰকাৰে। অসমৰ!-->…