ashomiyapatrika.com
Browsing Tag

jyoti divas udjapan

বকো সাহিত্য সভাৰ উদ্যোগত আন্ধেৰিটাৰীত ‘জ্যোতি দিৱস’ উদযাপন

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে আজি কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত জ্যোতি দিৱস। উল্লেখ্য যে অসম সাহিত্য সভাৰ নিৰ্দেশত শতদল শাখা বকো সাহিত্য সভাৰ উদ্যোগত আৰু