ashomiyapatrika.com
Browsing Tag

Jwabaharlal neheru mahabidyalay

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে ভাওনাৰ আখৰা আৰম্ভ

বকোঃ কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদ্‌যাপনৰ লগত সংগতি ৰাখি 'ৰাম বিজয়' ভাওনা খনি মঞ্চস্থ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই আখাৰা শুভাৰম্ভ কৰা হৈছে। অলপতে মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ‘ৰাম বিজয়’ ভাওনা খনৰ

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱগত আদৰণী সভাঃ হীৰক জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্য্যক্ৰমণিকা ৰূপায়ণ

বকোঃ আধুনিক প্ৰযুক্তিবিদ্যাৰ উৰ্ধৰ গুগলতকৈও শ্ৰেষ্ঠ শিক্ষক সকল, যি সকলে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পুৰ্ণতা গঢ়ে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্যৰে ভাষণ শুভাৰম্ভ কৰে অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি