বকোত সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক হস্তান্তৰ কৰাৰ দাবীত সাংবাদিক সন্থাৰ…
বকোঃ বিগত ২৪ জুনৰ সন্ধিয়া জামবাৰীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰি সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ মৃতদেহ পেলাই দিয়ে জামবাৰীৰ কলহী নৈত৷ যুৱ সাংবাদিক গৰাকীৰ মোবাইল ফোন ২৫জুনৰ পুৱা উদ্ধাৰ হৈছিল আৰু ২৬ জুনৰ দিনা পুৱা কলহী নদীত!-->…