অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায়ঃ চূণচালি জয়পুৰ ঘাটত নিশা ৯বজালৈ ৪০খন পূজাৰ প্ৰতিমা বিসৰ্জন
গুৱাহাটীঃ ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পিছত আজিৰ পৰা কাৰ্যত অন্ত পৰিল শাৰদীয় দুৰ্গাপূজাৰ আনন্দ-উল্লাস। অশ্ৰুশিক্ত নয়নেৰে সমগ্ৰ দেশৰ জনতাই বিদায় দিলে দেৱী মাক৷ মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি!-->…