বকোৰ মানৱ দৰদী জনাৰ্দ্দন বড়োৰ মহানুভৱতাঃ সাংস্কৃতিক মহাসংগ্ৰামত শ্ৰেষ্ঠ্যত্ব অৰ্জন কৰা শিল্পীক…
বকোঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সাংস্কৃতিক মহাসংগ্ৰামত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ পৰা চাৰিগৰাকী কণ্ঠশিল্পীয়ে শ্ৰেষ্ঠ্যত্ব সন্মান লাভ কৰি ৰাজ্যিক পৰ্য্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। ভিন্ন কেটেগৰীত স্থান লাভ কৰা কণ্ঠশিল্পী!-->…