গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চাৰি ‘জন আৰোগ্য সমিতি’ গঠন
গৌৰীসাগৰঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি অনুস্থিত এক ৰাজহুৱা সভাত সংশ্লিষ্ট স্বাস্থ্যকেন্দ্ৰৰ লগতে ইয়াৰ অধীনস্থ তিনিখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ক্ৰমে দিখৌমুখ, চাৰিং আৰু!-->…