জালুকবাৰী থানাত আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু ঘটনাঃ ১৪ ডিচেম্বৰত ভাষ্য ল’ব দণ্ডাধীশে
গুৱাহাটীঃ জালুকবাৰী থানাৰ লকআপৰ টয়লেটৰ ভিতৰত উলমি থকা অৱস্থাত বৰপেটা জিলাৰ জেহেৰুল ইছলাম নামৰ এজন লোকৰ মৃতদেহ যোৱা ৪ ডিচেম্বৰত উদ্ধাৰ হোৱা ঘটনাৰ ভাষ্য গ্ৰহণৰ ব্যৱস্থা কৰিছে তদন্তকাৰী দণ্ডাধীশ শান্তা কাৰ্কী ছেত্ৰীয়ে৷ দণ্ডাধীশ গৰাকীয়ে!-->…