কম সময়ৰ ভিতৰতেই সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক শিক্ষকক নিয়মীয়াকৰণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীঃ ১৯৯১- ২০০১চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত দৰমহা পোৱা ২৪০০ শিক্ষকৰ চাকৰি আজিকোপতি নিয়মীয়াকৰণ নহ’ল৷ চৰকাৰী বিষয়াৰ ভুলৰ বাবেই ২৪০০ শিক্ষক নিয়মীয়াকৰণৰ পৰা আজিও বাদ পৰি ৰ’ল৷ যোৱা ২০২১ ৰ ৩১ জানুৱাৰীত ৪৫১ৰ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে!-->…