ব্ৰহ্মপুত্ৰৰ জৰিয়তে আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ কৰাৰ ইতিহাস সৃষ্টি
ব্ৰহ্মপুত্ৰৰ জৰিয়তে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে মুঠ ৩,২৭৫ মেট্ৰিক টনৰ বৃহৎ আকৃতিৰ যন্ত্ৰ কঢ়িয়াই আনিছে
গুৱাহাটীঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অভ্যন্তৰীণ জলপথ!-->!-->!-->…