ashomiyapatrika.com
Browsing Tag

Inauguration

নতুন ৰূপত নিৰ্মিত পল্টন বজাৰৰ জনজাতি বিশ্ৰাম গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

জনজাতি শিক্ষাৰ্থী, ৰোগীয়ে কম খৰচত পাব থকা- খোৱাৰ সুবিধা গুৱাহাটীঃ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পল্টন বজাৰৰ ছ'লাপাৰাত নতুন ৰূপত নিৰ্মিত জনজাতি বিশ্ৰাম গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথিত পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন সৰ্বানন্দ সোণোৱালৰ

সৰ্বানন্দ সিংহই কৰ্মচেতনা, ভাতৃত্ববোধ আৰু সুশাসনৰ জৰিয়তে এখন আদৰ্শ সমাজ গঢ়াৰ পথ প্ৰশস্ত কৰি থৈ গৈছে তিনিচুকীয়াঃ মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথি উপলক্ষে আজি তিনিচুকীয়াত মটক ৰাজবংশ উন্নয়ন সমিতিৰ উদ্যোগত আৰু সদৌ অসম মটক

বকোত শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ক্ৰীড়া সমাৰোহ – ২০২৪ ৰ খেল সমাৰোহ শুভাৰম্ভ

বকোঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ২০২৪ বৰ্ষৰ ক্ৰীড়া সমাৰোহ যোৱা ৰবিবাৰৰ পৰা বকোত অনুষ্ঠিত হৈছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ সহযোগত বকো হাইস্কুল খেলপথাৰত শিশু শিক্ষা সমিতি অসমৰ

বকোত সুস্বাদু খাদ্যৰ ভাণ্ডাৰত নৱ সংযোজন ডেডিকেট হোটেল এণ্ড ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন

বকোঃ আধুনিক কাৰিকৰী ডিজাইন আৰু মনোমোহা ৰূপত নিৰ্মাণ কৰি আজিৰ পৰা গ্ৰাহকৰ বাবে মুকলি কৰিলে এখন সুস্বাদু খাদ্যৰ ভাণ্ডাৰ। কামৰূপ জিলাৰ বকোত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰা ডেডিকেট হোটেল এণ্ড ৰেষ্টুৰেন্ট নামৰ দোকান। আজি এক জনসমাগমৰ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰে কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে উদ্ধোধন কৰিলে…

বকোঃ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে আজিৰ দিনটোত উদ্ধোধন কৰিলে দুটাকৈ মহিলা সমিতিৰ সমুহীয়া ভৱন। পৰিষদ খনৰ ২৩ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ গৰাকীয়ে আজি বকোৰ মূগাখোলত আৰু

চন্দ্ৰপুৰৰ হাজোংবড়ীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত মহাৰাজ পৃথু ছাত্ৰাবাসৰ লোকাৰ্পণ…

নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসকাৰী বখতিয়াৰ খিলজীক পৰাস্ত কৰা কামৰূপৰ মহাৰাজ পৃথু অসমীয়া জাতিৰ সাহস, বীৰত্ব আৰু প্ৰেৰণাৰ উৎস গুৱাহাটীঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চন্দ্ৰপুৰৰ হাজোংবড়ীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক

আজিৰে পৰা পাঁচদিনীয়াকৈ শুভাৰম্ভ চানডুবি উৎসৱ

নৃগোষ্ঠীয় লোকনৃত্যৰ তালত প্ৰাণ পাই উঠিল প্ৰকৃতিৰ ৰাণী মিৰ্জাঃ ৰাজ্যৰ অন্যতম পর্যটন ক্ষেত্ৰ তথা ৯খন প্রধান বিলৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম। ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিলখনৰ অপূৰ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু থলগিৰী

অযোধ্যাৰ পৰা অমৃত ভাৰত আৰু বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধাম ৰে'ল ষ্টেচনৰ পৰা দেশত নতুন শ্ৰেণীৰ চুপাৰফাষ্ট যাত্ৰীবাহী দুযোৰ ৰে'ল- অমৃত ভাৰত এক্সপ্ৰেছ আৰু ছয়খন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। ৰেলসমূহৰ এই নতুন ছেট হৈছে সমগ্ৰ দেশতে সংযোগ

ৰাজ্যৰ পৌৰ নিকায়সমূহৰ অনলাইন সেৱাৰ বাবে একীকৃত ৱেব পৰ্টেলৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

গুৱাহাটীঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ পৌৰ নিকায়সমূহে প্ৰদান কৰা অনলাইন সেৱাসমূহ একেঠাইতে পাব পৰাকৈ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা

উদ্যোগ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰিলে সদিচ্ছাৰ উদ্যোগত চানমাৰিত অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ

গুৱাহাটীঃ ৰাজ্যৰ সমাজসেৱা খণ্ডৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, ২০২৩৷ দেওবাৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু হস্ততাত-