কামৰূপ মহানগৰ জিলাত অবৈধ সুৰা জব্দ
গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ আৰক্ষী তথা আবকাৰী বিভাগ। বিগত সপ্তাহত কামৰূপ মহানগৰ আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই প্ৰায় ২৯১০ লিটাৰ চুলাই,!-->…