বিভিন্ন চিকিৎসালয়ত আয় সম্বন্ধীয় জৰীপ আয়কৰ বিভাগৰ
গুৱাহাটীঃ এন ই আৰত আয়কৰ বিভাগৰ টি ডি এছ উইঙে শনিবাৰে গুৱাহাটীৰ চাৰিখন প্ৰধান ব্যক্তিগত চিকিৎসালয়ৰ সন্দৰ্ভত আয়কৰ জৰীপ চলায়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিভাগটোৰ জৰীপ দলসমূহে উৎসত কৰ্তন কৰা কৰ (টিডিএছ)ৰ সন্দৰ্ভত চিকিৎসক আৰু অন্যান্য!-->…