‘কা’ৰ নামত ভাওনা নকৰিবলৈ সুবিধাবাদী সকলক সকিয়নি হিন্দু যুৱ-ছাত্ৰৰ
গুৱাহাটীঃ ‘কা'ৰ বিৰোধ কৰাৰ নামত একাংশ সুবিধাবাদীয়ে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগতে এই আইনখন বিৰোধীতা কৰাৰ নামত পুনৰ সুবিধা বুটলিবলৈ সাজু হৈছে বুলি 'কা' বিৰোধী সকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্রকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ!-->…