আৰ্থিক দৈন্যতাক পৰাজিত কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল ৰাজমিস্ত্ৰীৰ কন্যা উম্মে ইয়াচমিন
মেধাৱী ছাত্ৰী গৰাকীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আহ্বান
ৰঙিয়াঃ দৃঢ় সংকল্প, কঠোৰ অধ্যাৱসায় স্থিৰ লক্ষ্য লৈ আগুৱাই গলে কোনো বাঁধাই জীৱনত হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই কথা পুণৰবাৰ প্ৰতিপন্ন কৰিলে ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ!-->!-->!-->…